Srimanta Sankar Dev | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ |
শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ – মৃত্যু: ১৫৬৮) এজন বিশিষ্ট ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৃত্যকাৰ, অভিনেতা, কবি, আৰু চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি, সাহিত্য আৰু সংস্কৃতিৰ অন্যতম স্থপতি হিচাপে পৰিচিত। এজন শক্তিশালী চিন্তাবিদৰূপে তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শংকৰদেৱক “সৰ্বগুণাকৰ” বুলি আখ্যা দিছিল। মহাদেৱ শংকৰৰ আশীৰ্বাদত তেওঁৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়, আৰু … Read more