Rang Ghar: ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
ৰংঘৰ (ইংৰাজী: Rang Ghar) অসমৰ শিৱসাগৰত অৱস্থিত এটি ঐতিহাসিক দুমহলীয়া পকী গৃহ, যাক আহোম শাসনকালত ৰাজকীয় পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গৃহত, আহোম ৰাজবংশ আৰু বিশিষ্ট অতিথিসকলে ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত বিভিন্ন বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল, যেনে ম’হ যুঁজ, শেন যুঁজ আৰু অন্যান্য লোকৰঞ্জনমূলক অনুষ্ঠান। ৰংঘৰক … Read more