লাচিত বৰফুকন বিষয়ে ৰচনা 400 Words
লাচিত বৰফুকন বিষয়ে ৰচনা 400 Words লাচিত বৰফুকন অসমৰ ইতিহাসৰ এজন মহান বীৰ যিয়ে অসম আৰু অসমীয়া জাতিৰ সন্মানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ১৬২২ চনৰ ২৪ নৱেম্বৰত লাচিতৰ জন্ম আহোম ৰাজধানী গড়গাঁৱত হৈছিল। মোমাই তামুলী বৰবৰুৱা আৰু নাগেশ্বৰী দেৱীৰ সন্তান লাচিত এজন ৰাজকীয় পৰিয়ালৰ সদস্য আছিল। বংশগতভাৱে তেওঁ যুদ্ধৰ কৌশল আৰু পৰিসেৱাৰ প্ৰশিক্ষণ লাভ … Read more