Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা

Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা

Education শব্দটোৰ উৎপত্তি ব্যাখ্যা:

‘শিক্ষা’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “Education” লেটিন ভাষাৰ কেইবাটাও শব্দৰ পৰা উদ্ভৱ হৈছে। এই শব্দবোৰ হল “E,” “Duco,” “Educere,” “Educare,” আৰু “Educatum।”

  • “E” আৰু “Duco” মিলি অৰ্থ প্ৰকাশ কৰে ‘মই আগবাঢ়ো।’

  • “Educare” মানে ‘বৃদ্ধি কৰা বা বিকাশ ঘটোৱা।’

  • “Educere” ৰ অৰ্থ ‘লালন-পালন কৰা।’

  • “Educatum” বুজায় ‘শিক্ষাদান কাৰ্য।’

শিক্ষা হৈছে মানুহৰ ভিতৰৰ আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক ক্ষমতা দুয়োটাৰ বিকাশৰ প্ৰক্ৰিয়া।

Leave a Comment