অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম | Names of National Parks in Assam

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা:

  1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: গোলাঘাট জিলা, নগাঁও

    • মাটিকালি: ১০৯০ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: গঁড়, বাঘ, বনৰীয়া ম’হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু

  2. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: তিনিচুকীয়া জিলা, ডিব্ৰুগড়

    • মাটিকালি: ৩৪০ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম’হ

  3. ওৰাং ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: দৰং জিলা, শোণিতপুৰ

    • মাটিকালি: ২৯৯.১৪ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: গঁড়, বাঘ, হাতী

  4. মানস ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: বাক্সা জিলা

    • মাটিকালি: ৯৫০ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: বাঘ, বনৰীয়া ম’হ, সোণালী বান্দৰ, নল গাহৰি, গঁড়

  5. নামেৰী ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: শোণিতপুৰ জিলা

    • মাটিকালি: ২০০ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ)

  6. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা

    • মাটিকালি: ২৩৪.২৬ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ

  7. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

    • অৱস্থান: কোকৰাঝাৰ

    • মাটিকালি: ৪২২ বৰ্গ কিমি

    • বিশেষ জীৱ-জন্তু: সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, ফুটুকী হৰিণ, ধনেশ

Leave a Comment