অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম | Names of National Parks in Assam

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান: গোলাঘাট জিলা, নগাঁও মাটিকালি: ১০৯০ বৰ্গ কিমি বিশেষ জীৱ-জন্তু: গঁড়, বাঘ, বনৰীয়া ম’হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান: তিনিচুকীয়া জিলা, ডিব্ৰুগড় মাটিকালি: ৩৪০ বৰ্গ কিমি বিশেষ জীৱ-জন্তু: অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম’হ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থান: দৰং জিলা, শোণিতপুৰ মাটিকালি: ২৯৯.১৪ বৰ্গ কিমি … Read more