কুইজ প্ৰশ্ন উত্তৰ | Assamese Quiz 2025
Assamese GK Question Answers Assam Quiz in Assamese Language ১) ‘অসম’ নাম কেতিয়াৰ পৰা হয়?উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা ২) আহোমৰ শেষ ৰজাজনৰ নাম কি?উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ ৩) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ ৪) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?উত্তৰ : আহোম সকলে ৫) কোনে প্ৰথম অসমীয়া ভাষাত … Read more