Photo Se Video Banane Wala Apps in 2025

Photo Se Video Banane Wala Apps: Kya aap apni photos ko khubsurat videos mein badalna chahte hain? Chahe woh kisi khaas occasion ka slideshow ho, social media ke liye eye-catching video, ya phir yaadon ko creative tareeke se sajana ho—photo se video banane wale apps sab kuch asaan kar dete hain. Iss article mein, hum … Read more

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | Assamese Essay

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | Assamese Essay

আৰম্ভণিঃ মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই বিজ্ঞান মানৱ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। সৃষ্টিৰ আৰম্ভণি পৰ্যায়ত প্ৰকৃতিৰ লগত মানৱৰ সংঘাত আছিল কিন্তু বিজ্ঞানৰ উদ্ভাৱনৰ ফলত মানুহে প্ৰকৃতিক নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ অবদানৰ ফলত আধুনিক যুগত মানুহৰ জীৱন সজলময় আৰু উন্নত হৈছে। প্ৰাচীনকালৰ পৰা বিজ্ঞানৰ পথচলাঃ প্ৰাচীন মানুহৰ জীৱন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে খেতি-বাতি, … Read more

মোৰ প্ৰিয় গ্ৰন্থ বকুল ফুলৰ দৰে ৰচনা

মোৰ প্ৰিয় গ্ৰন্থ

আৰম্ভণি: মোৰ প্ৰিয় গ্ৰন্থ গ্রন্থ মানুহৰ জীৱনৰ আটাইতকৈ প্ৰিয় বন্ধু। ই জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে কল্পনাশক্তি উন্নত কৰে। ভাল গ্ৰন্থই মানুহক সাহসেৰে আৰু দৃঢ়তাৰে আগবাঢ়িবলৈ সহায় কৰে। সৰুৰ পৰাই সাধুকথা, শিশু সাহিত্য, আলোচনী, গল্প, কবিতা, আৰু ভ্ৰমণ কাহিনী পঢ়িবলৈ ভাল পাওঁ। ইয়াৰে ড° মৃণাল কলিতাদেৱৰ শিশু সাহিত্য বঁটা প্ৰাপ্ত গ্ৰন্থ ‘বকুল ফুলৰ দৰে’ মোৰ … Read more

Assam GK Mock Test 2025 | Paper – 3

Assamese GK, অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | General KnowledgeAssamese GK Question Answers | 2025

Assam GK Mock Test Paper 3 Assam GK Mock Test Paper 3 1. ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? A) নজনা কথাৰ ভঁৰাল B) যুদ্ধৰ ইতিহাস C) ধৰ্মীয় গ্ৰন্থ D) সাহিত্যিক ৰচনা 2. কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? A) ভগদত্ত B) পুষ্য বৰ্মণ C) নৰনাৰায়ণ D) ৰুদ্ৰসিংহ 3. কামৰূপ ৰাজ্যত বৰ্মণ … Read more

নিবিদা কি? নিবিদা কেনেকৈ লিখে?

নিবিদা (Tender) হৈছে এক ধৰণৰ লিখিত প্ৰস্তাৱ যি কোনো ব্যৱসায়িক কাম, সেৱা, বা সামগ্ৰী যোগান ধৰাৰ বাবে জমা দিয়ে। সাধাৰণতে চৰকাৰী আৰু ব্যক্তিগত সংস্থাই বিবিধ কামৰ বাবে নিবিদা আহ্বান কৰে। ই এক ধৰণৰ প্ৰতিযোগিতামূলক প্ৰক্ৰিয়া য’ত বিভিন্ন প্ৰতিষ্ঠানে নিজৰ মূল্য আৰু প্ৰস্তাৱ জমা দিয়ে। নিবিদা কেনেকৈ লিখিব? নিবিদা লিখাৰ বাবে নিপুণতা, স্পষ্টতা, আৰু সঠিক তথ্যৰ … Read more

ভাষাৰ বৈশিষ্ট্য সমূহ কি কি?

ভাষা হৈছে মানুহৰ ভাব প্ৰকাশৰ প্ৰধান মাধ্যম। ভাষাৰ নিজস্ব কিছুমান বিশেষ বৈশিষ্ট্য আছে যি একে সময়তে ইয়াক অন্যান্য যোগাযোগ ব্যৱস্থাৰ পৰা পৃথক কৰি তুলিছে। তলত ভাষাৰ প্রধান বৈশিষ্ট্য সমূহ উল্লেখ কৰা হৈছে: ১. মানৱীয়তা (Humanity): ভাষা কেৱল মানুহৰ যোগাযোগৰ মাধ্যম। জন্তু-জানৱৰ বাচনি-ভিত্তিক শব্দ বা সংকেতৰ ব্যৱস্থা ভাষা নহয়। ২. ধ্বনিগত (Phonetic): ভাষা ধ্বনিৰ ওপৰত ভিত্তি … Read more

ভাষাৰ ক্ষুদ্ৰতম একক কি?

ভাষাৰ ক্ষুদ্ৰতম একক কি? Ans: ভাষাৰ ক্ষুদ্ৰতম একক হৈছে ধ্বনি(Phoneme)। ভাষা বা ভাষাৰ বাক্য প্রবাহ বিশ্লেষণ কৰিলে দেখা যায় যে কিমান ক্ষুদ্ৰ একক বা মৌলিক ধ্বনি পোৱা যায়। উদাহৰণস্বৰূপে – ক, খ, গ, ইত্যাদি। শব্দ মূলতঃ দুটা ভাগত বিভক্ত। স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি। স্বৰ ধ্বনি কাক বোলে? উদাহৰণ দি লিখা: উত্তৰ:কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা … Read more

সন্ধি কাক বোলে? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া

সন্ধি কাক বোলে? ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয়টোৰআদি বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় । যেনে:- ১} পট + অন্তৰ —পটন্তৰ ২} শক+অব্দ—–শকাব্দ ৩} ধর্ম +অৱলম্বী——ধর্মাৱলম্বী। ওপৰৰ উদাহৰণ কেইটাক দেখা পাওঁ যে ‘পট’শব্দটি দুটাশব্দ যথা -‘পট’ আৰু অৰ’ মিলি হৈছে সেইদৰে শকাব্দ’আৰু ধর্মাবলম্বী’শব্দ দুটা ক্রমে শক’ আৰু ‘অব্দ’আৰু ধর্ম’আৰু অৱলম্বী’ শব্দ … Read more

অসমীয়া কুইজ ২০২৫ | Assamese Quiz 2025

Asomiya Quiz বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?উত্তৰ: ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?উত্তৰ: ভূপেন হাজৰিকা সেতু।ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?উত্তৰ: ৬০ টন।ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?উত্তৰ: ধলা-শদিয়াক।ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?উত্তৰ: ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।কেতিয়া মাজুলী মহকুমাক … Read more

Assamese Quiz | অসমীয়া কুইজ 2025

ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?উত্তৰ: প্ৰমত্ত সিংহই।কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?উত্তৰ: চুহুংমুং।কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?উত্তৰ: গদাধৰ সিংহ ; ১৬৯৪ চনত।মূলা গাভৰুৰ স্বামীৰ নাম কি?উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁই।অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ।নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?উত্তৰ: … Read more