Assamese Quiz | অসমীয়া কুইজ 2025
ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?উত্তৰ: প্ৰমত্ত সিংহই।কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?উত্তৰ: চুহুংমুং।কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?উত্তৰ: গদাধৰ সিংহ ; ১৬৯৪ চনত।মূলা গাভৰুৰ স্বামীৰ নাম কি?উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁই।অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ।নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?উত্তৰ: … Read more