অসমীয়া ভাগৱত তৃতীয় স্কন্ধ | PDF
অসমীয়া ভাগৱত ।।তৃতীয় স্কন্ধ।। ।। অনাদি পাতন ।। ।।শ্ৰীকৃষ্ণায় নমঃ।। ।।মঙ্গলাচৰণ।। ।।পদ।। জয় জগন্নাথ জগতৰ আদি মূল। যাহাৰ স্মৰণে হোৱৈ পাতক নির্মুল।। যাৰ নাম নাৱে কৰে সংসাৰৰ পাৰ। হেনয় কৃষ্ণক কৰো কোটি নমস্কাৰ।।১।। জয় জয় দৈৱকীনন্দন আদি দেৱ। ব্রহ্মা মহেশ্বৰো যাক সদা কৰে সেৱ।। মূৰুখ পণ্ডিত হোৱৈ লৈল যাৰ নাম। হেনয় কৃষ্ণক কৰো পৰিয়া … Read more