ছন্দ কাক বোলে? ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?
Q: ছন্দ কাক বোলে? Ans: শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত ওপজা সৌন্দর্যকে ছন্দ বোলা হয়। অৰ্থাৎ কথনভংগীৰ লয় আৰু তাৰ মাজৰ হ্রস্ব-দীর্ঘ বিৰাম বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনিতৰংগ সৃষ্টি কৰে তাকেই ছন্দ বোলে। মানুহৰ অন্তৰত উদয় হোৱা ভাব-অনুভূতি আদিক লয়যুক্ত শব্দ বিন্যাসেৰে প্ৰকাশ কৰিব পৰা পদ্ধতিকে ছন্দ বোলে। বিভিন্ন ছন্দসজ্জাত প্রকাশিত ভাব-অনুভূতি আদিয়ে শ্রোতা নাইবা পাঠকৰ … Read more