অসমীয়া ভাষাৰ বৈশিষ্ট্য

অসমীয়া ভাষা ভাৰতৰ উত্তৰ-পূবাঞ্চলৰ এক সমৃদ্ধ আৰু প্রাচীন ভাষা। ইয়াৰ নিজস্ব বৈশিষ্ট্যসমূহ হৈছে ইয়াক অন্য ভাষাৰ পৰা পৃথক কৰি তোলাৰ অন্যতম কাৰণ। অসমীয়া ভাষাৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য তলত দিয়া হৈছেঃ অসমীয়া ভাষাৰ বৈশিষ্ট্যসমূহ: ইন্দো-আৰ্য ভাষাৰ অন্তৰ্গত:অসমীয়া ভাষা ইন্দো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষাৰ শিপা সংস্কৃত ভাষাৰ পৰা আহিছে।মাতৃভাষা আৰু চৰকাৰী ভাষা:অসমীয়া অসমৰ ৰাষ্ট্ৰীয় ভাষা আৰু … Read more

ভাষা কাক বোলে?

ভাষা কাক বোলে? ভাষা হৈছে মানুহে নিজ নিজ চিন্তা, অনুভৱ, আৰু তথ্য আদান-প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা এক মাধ্যম। ই মানৱ সমাজৰ ভিতৰত যোগাযোগ স্থাপন কৰাৰ বাবে মৌখিক, লিখিত, বা সাংকেতিক ৰূপত ব্যৱহৃত হয়। ভাষাৰ বৈশিষ্ট্য: যোগাযোগৰ মাধ্যম: ভাষাৰ মূল উদ্দেশ্য হৈছে একাধিক ব্যক্তি বা গোটৰ মাজত ভাব বিনিময় কৰা। প্ৰাকৃতিক বা কৃত্ৰিম: ভাষা প্ৰাকৃতিকভাৱে বিকাশ … Read more

BGMI Stylish Name Generator

BGMI Stylish Name Generator

In the world of BGMI (Battlegrounds Mobile India), standing out isn’t just about your skills; it’s also about having a unique and stylish name that grabs attention. Whether you’re a pro player or just starting your journey, a cool name can make a lasting impression. That’s where the BGMI Stylish Name Generator comes in—your go-to … Read more

অলংকাৰ কাক বোলে?

অলংকাৰ: ‘অলংকাৰ’ স্বভাৱতে দেহৰ শোভা বৰ্দ্ধক বস্তু। সাহিত্যৰ আভৰণ হৈছে শব্দ আৰু তাৰ অৰ্থ। এতেকে যিবিলাক শব্দ আৰু বাক্য‌ই সাহিত্যৰ শোভা বঢ়ায়, তাকে সাহিত্যৰ অলংকাৰ বোলে। ‘অলংকাৰ’ শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ দুটা- এটা পৰ্যাপ্তি আৰু আনটো ভূষণ। গতিকে ক’ব পাৰি- সাহিত্য শৰীৰৰ সৌন্দৰ্যবৰ্দ্ধক যিবোৰ শব্দ বা বাক্য ক’লে মনত সুখ লাগে … Read more

Assamese GK | General Knowledge Questions Assamese | 700+

Assamese GK, অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | General KnowledgeAssamese GK Question Answers | 2025

Assamese GK ১) অসম ৰাজ্য ভাৰতৰ কোন দিশে অৱস্থিত? উত্তৰ:- উত্তৰ-পূব কোণত। ২) অসমৰ উত্তৰে আছে- উত্তৰ:- ভূটান আৰু অৰুণাচল প্ৰদেশ। ৩) অসমৰ পূবে আছে- উত্তৰ:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। ৪) অসমৰ দক্ষিণে আছে- উত্তৰ:- মিজোৰাম আৰু ত্ৰিপুৰা। ৫) অসমৰ পশ্চিমে আছে- উত্তৰ:- মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। ৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী … Read more

Application in Assamese | Assamese Application | অসমীয়া আবেদন

আবেদন পত্ৰ লিখাৰ নিয়ম | অসমীয়া আবেদন লিখাৰ নিয়ম বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন প্ৰধান শিক্ষকলৈ আবেদন ছুটি বিচাৰি আবেদন | ছুটীৰ বাবে আবেদন How to write application in Assamese দৰ্খাস্ত লিখাৰ নিয়ম আবেদন পত্ৰ কেই প্ৰকাৰৰ উপস্থিত থাকিব নোৱাৰা বাবে আবেদন অৰ্ধ ছুটি বিচাৰি আবেদন স্কুল ক্ষতি হোৱাৰ বাবে আবেদন স্কুলত উপস্থিত থাকিব নোৱাৰাৰ … Read more

বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন | Assamese Application

প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়। ————————বিদ্যালয়ৰ বিষয় :- স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। তাৰিখ: __________ মহোদয়, বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ___________তাৰিখৰ পৰা _______ তাৰিখলৈ _______দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল … Read more

Youtube with Screen off for Android and iPhone

Listen to Podcasts, Music, and More Without Keeping Your Screen On Are you looking for an app or software that allows you to enjoy podcasts, songs, or music from platforms like YouTube, Netflix, or other video services—without needing to keep your phone screen on? If so, you’re in the right place! On this page, I’ll … Read more

ছন্দ কাক বোলে? ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?

Q: ছন্দ কাক বোলে? Ans: শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত ওপজা সৌন্দর্যকে ছন্দ বোলা হয়। অৰ্থাৎ কথনভংগীৰ লয় আৰু তাৰ মাজৰ হ্রস্ব-দীর্ঘ বিৰাম বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনিতৰংগ সৃষ্টি কৰে তাকেই ছন্দ বোলে। মানুহৰ অন্তৰত উদয় হোৱা ভাব-অনুভূতি আদিক লয়যুক্ত শব্দ বিন্যাসেৰে প্ৰকাশ কৰিব পৰা পদ্ধতিকে ছন্দ বোলে। বিভিন্ন ছন্দসজ্জাত প্রকাশিত ভাব-অনুভূতি আদিয়ে শ্রোতা নাইবা পাঠকৰ … Read more

মহাত্মা গান্ধী বিষয়ে চমুটোকা

মহাত্মা গান্ধী বিষয়ে চমুটোকা 1 মহাত্মা গান্ধী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম নেতা, বিশ্বজুৰি পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম মোহনদাস কৰমচন্দ গান্ধী। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা গান্ধীজীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত এক বিশেষ স্থান অধিকার কৰিছে। তেওঁ অহিংসা আৰু সত্যাগ্ৰহৰ মাধ্যমেৰে ভাৰতবাসীক স্বাধীনতা লাভৰ পথ দেখুৱাইছিল। গান্ধীজীয়ে তেওঁৰ শিক্ষাৰ আৰম্ভণি পোৰবন্দৰত কৰিছিল আৰু তাৰপাছত … Read more