অসমীয়া কবিতা | নকন্যা নহয় তই | Manoj koch

নকন্যা নহয় তই

নকন্যা নহয় তই

উৰণিৰে মুখ ঢাকি চাই যাবি

শতিনী চুৰৰ গুণ,

আজি প্রয়োজনৰ হেন্দোলনি শুণ!

আতৰা হেংদাংৰ শীতল শোণ,

উজাৰ তিব্ৰ বলত

“তই দুৰাচাৰী কোন?

নকন্যাৰ উৰণি গুচাই

আজি

তান্দৱ চলাবৰ হ’ল৷

Leave a Comment