অসমীয়া ভাষাৰ উপভাষা কেইটা কি কি?
উত্তৰঃ অসমীয়া ভাষাৰ উপভাষা চাৰিটা। অসমীয়া ভাষাৰ উপভাষা সমূহ হ’ল-
(ক) উজনি অসমৰ উপভাষা।(খ) কামৰূপী উপভাষা।
(গ) মধ্য় অসমৰ উপভাষা আৰু (ঘ) গোৱালপৰীয়া উপভাষা।