মাজুলীৰ বিষয়ে দহটা বাক্য লিখা | Ten Sentences About Majuli

মাজুলীৰ বিষয়ে দহটা বাক্য লিখা

মাজুলীৰ বিষয়ে দহটা বাক্য লিখা:

  • মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ ।

  • মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ ।

  • অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অবস্থিত মাজুলী হ’ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। 4. ৮ ছেপ্টেম্বৰ ২০১৬ চনত মাজুলীক জিলা ঘোষণা কৰা হয়, আৰু ই ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে।

  • মাজুলী নামটোৰ অৰ্থ হ’ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড।

  • ইতিহাস অনুসৰি ১৬৬১-১৬৯৬ ৰ সময়ত হোৱা কেইবাটাও ডাঙৰ ভূমিকম্প আৰু ১৭৫০ চনত হোৱা প্ৰলয়ংকৰী বানপানীৰ বাবে ব্ৰহ্মপুত্ৰ দুটি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূলপথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ সুঁতিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়।

  • ইয়াৰ পূৰ্বে শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণে যোৰহাট চহৰ আৰু দক্ষিণ পশ্চিমাংশত গোলাঘাট জিলা অবস্থিত।

  • মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়, কাৰণ মাজুলীত থকা সত্ৰসমূহৰ জৰিয়তে এক সাংস্কৃতিক পৰিবেশ বিৰাজমান হৈ আছে।

  • লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী। মাজুলী সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল।

  • পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ৮৮০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)।

Srimanta Sankar Dev | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ |

Leave a Comment