Teacher’s farewell letter in Assamese | শিক্ষকৰ বিদায় সম্বৰ্ধনা পত্ৰ

_________________ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত________ দেৱলৈ সশ্ৰদ্ধ সম্বৰ্ধনা দিনাংকঃ ……………….. — হে আলোক সন্ধানী! অতীতৰ কোনো এক শুভমুহুৰ্তত, স্ব-আৰ্জিত আলোকেৰে বহুতকে আলোকিত কৰি, আপুনি শিক্ষা জগতত সাৰ্থকতাৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে। জ্ঞানালোকৰ ফুলনিত সজোৱা বহু ৰঙৰ ফুলেৰে দেশ মাতৃৰ বুকু শোভিত কৰাৰ বাবে আপোনাৰ অবদান চিৰস্মৰণীয় হৈ থাকিব। আপুনি সুকৰ্মৰ গুণত সৰ্বদা … Read more