Assamese GK | General Knowledge Questions Assamese | 700+

Assamese GK, অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ | General KnowledgeAssamese GK Question Answers | 2025

Assamese GK ১) অসম ৰাজ্য ভাৰতৰ কোন দিশে অৱস্থিত? উত্তৰ:- উত্তৰ-পূব কোণত। ২) অসমৰ উত্তৰে আছে- উত্তৰ:- ভূটান আৰু অৰুণাচল প্ৰদেশ। ৩) অসমৰ পূবে আছে- উত্তৰ:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। ৪) অসমৰ দক্ষিণে আছে- উত্তৰ:- মিজোৰাম আৰু ত্ৰিপুৰা। ৫) অসমৰ পশ্চিমে আছে- উত্তৰ:- মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। ৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী … Read more