ভাৰতৰ ৰাজ্য কেইখন আৰু কি কি?
ভাৰতৰ ৰাজ্য কেইখন আৰু কি কি? ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, ৰাজ্যসমূহৰ নাম তলত উল্লেখ কৰা হৈছে: ভাৰতৰ ২৮টা ৰাজ্য: অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ ছত্তীশগড় গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ ঝাৰখণ্ড কৰ্ণাটক কেৰালা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ওড়িশা পঞ্জাব ৰাজস্থান সিক্কিম তামিলনাড়ু তেলেংগানা ত্ৰিপুৰা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড পশ্চিমবঙ্গ … Read more