Love Quotes in Assamese | Assamese Caption for Love

Love Quotes in Assamese

Love Quotes In Assamese

Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese
Love Quotes in Assamese

Assamese Caption for Love

  1. ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।

  1. ফুলে যদি পারে ভালপোৱা শিকাব,

জোনে যদি পারে ৰাতি জগাব,

ডাৱৰে যদি পারে বৰষুণ দিব,

তুমি কি নোৱাৰিবা মোক ভালপাব।

  1. যেতিয়া তোমাক কোনোবাই সত্যিকাৰৰ ভালপোৱাচে,

তাক সন্মান কৰিব শিকা। কোনো কাৰণতে এৰি নিদিবা,

কাৰণ আজি যি সহজে পাইছা,

হয়তো কালি হেজাৰ কান্দিলেও নাপাবও পাৰা।

  1. মই নাজানো মই তোমাক কিমান ভাল পাওঁ,

কিন্তু এটা কথা জানো যে মই তোমাক মোৰ জীৱনৰ পৰা বেছি ভাল পাও।

মোৰ জীৱন অকল তোমাৰ বাবেই।

  1. ঘৰ সজাম পোহৰ দি,

মন সজাম প্ৰেম দি,

দুচকু সজাম সপোন দি,

দুহাত সজাম মেহেন্দী দি,

আরু তোমাক সজাম মোৰ ভালপোৱা দি।

  1. ভালপোৱা দুটা হৃদয়ৰ বন্ধন,

পৃথিৱীত জীয়াই থাকিবৰ বাবে

জীৱনৰ মাজত ভালপোৱা থকাটো উচিত।

  1. এটাই কথাই জানো,

যদি তুমি মোক আপোন বুলি ভাবা,

তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো

মোৰ বাবে অলপ সময় উলিয়াবা।

  1. মাত্ৰ এটা কথাই জানো,

মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম।

তুমি মোৰ জীৱন মৰণ।

  1. প্ৰেম হৈছে এনে এক পৰিস্থিতি,

য’ত আন এজনৰ সুখ আপোনাৰ সুখত পৰিণত হয়।

  1. তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো,

কেৱল তুমি মাথোঁ মোৰ হোৱা সেয়াই বিচাৰো।

  1. প্ৰেম ভালপোৱা জীৱনত বহু বাৰ হ’ব পাৰে,

কিন্তু সঁচা ভালপোৱা এবাৰেই হয়,

যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।

  1. কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে,

কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ

গোটেই জীৱন লাগে।

  1. মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ,

প্ৰতিটো আশা, প্ৰতিটো সপোন,

মাথোঁ তুমি।

Leave a Comment