হুলস্থুলেৰে ভৰা জীৱনত মানুহে প্ৰায়ে হাঁহিবলৈ পাহৰি যায়। কিন্তু জীৱনৰ নাম ‘হাঁহি থাকিবা’ বুলি একে এষাৰ কথাই আমাক সোঁৱৰাই দিয়ে যে আমি সদায় হাঁহি থাকিব লাগে। যদি পৰিয়ালৰ মুৰব্বীয়ে আনন্দিত হয়, তেন্তে সমগ্ৰ পৰিয়ালৰ সদস্যসকলো সুখী আৰু উল্লাসিত হৈ থাকে। বহুতে বিশ্বাস কৰে যে হাঁহি হৈছে জীৱনৰ দৈনন্দিন ঔষধ, যাৰ অবিহনে জীৱন আধৰুৱা যেন অনুভৱ হয়। কোনোবাই যদি দুখী বা চিন্তিত থাকে, তেন্তে তেওঁলোকক হাঁহিবলৈ ধেমেলীয়া বাৰ্তা প্ৰেৰণ কৰিব পাৰি। হাঁহিয়ে কেৱল মানসিক চাপ কমুৱাই নহয়, জীৱনটোকো অধিক সুখী আৰু আনন্দময় কৰি তোলে। গতিকে দৈনন্দিন হুলস্থুলৰ মাজতো হাঁহিবলৈ নাপাহৰিব। ই আমাক কেৱল সুখ দিয়াই নহয়, আমাৰ চৌপাশৰ মানুহবোৰক ইতিবাচক শক্তি প্ৰদান কৰিবলৈ সহায় কৰে।
এই লেখাটোত আমি আপোনালোকৰ বাবে কিছুমান নিৰ্বাচিত ধেমেলীয়া বাৰ্তা লৈ আহিছো, যিবোৰ আপুনি আপোনাৰ আপোনজনক ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেৰণ কৰি সুখ বিয়পাব পাৰে।
১)জীৱনত যদি দুখ নাথাকে তেন্তে সুখৰ কি লাভ?
আৰু যদি অফিচত বছ নাথাকে,গতিকে বন্ধৰ দিনবোৰৰ মজা কি! 😄😄২)
নূপুৰৰ শব্দ শুনি সকলোৰে ভাল লাগে,কিন্তু এবাৰ ভাৱকচোন
সেইটো যদি ৰাতি ১ বজাত বাজি উঠেকেনে লাগিব। 😄😄😄৩)
আজিকালি কেচুৱাই YouTube চাইহে ভাত গিলে,আমাৰ দিনত যেনিবা-
”হাপা আছি হাপা আছি” বুলি কওঁতেইভাত খাই শেষ কৰি দিছিলো। 😃😃😃৪)কিনো দিন আহিল
এজনী GF’ৰ অভাৱত সমাজৰ আগতমুখ দেখুৱাব পৰা নাই। 😂😂😂৫)১৮ বছৰ আগত সকলো দেৱশিশু,
১৮ বছৰ পিছত সকলোহৈ পৰে বাবু। 😄😄😄৬)
বিয়াৰ পিছত নিজৰ মানুহজনীকইমানেই মৰম কৰিম, যে
কাষৰ ঘৰৰ বৌ জনীয়ে দেখি ক’ব লাগিবমই ইয়াৰ মানুহজনী হোৱা হ’লে। 😃😃😃৭)ওচৰৰ ঘৰৰ খুড়ীকেইজনীয়ে পিঠা খাব মাতিছিল,
একেলগে বহি পিঠা খাই আছিলো এতিয়া মইগোটেই গাওঁৰ কথা জানো। 😁😁😁৮)কবিয়ে কৈছে
বিয়াৰ আগত কমেও দুবছৰপ্রেম কৰা উচিত। 😄😄😄৯)জন্ম-মৃত্যু বিবাহ
ভগৱানৰ হাতত মাজত প্রেম বোলা বস্তুটোহেপত্নীৰ হাতত। 😃😃😃১০)হে ভগৱান কেতিয়া আহিব মোৰ জীৱনলৈ
সেই গৰাকী নাৰী,যি মোক ৰান্ধি খুৱাব মাছৰ তৰকাৰি। 😂😂😂১১)
যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰুযাৰ আছে সি শান্তি বিচাৰি ফুৰে। 😃😃😃১২)
আপুনি জানেনে প্রেম কৰাৰ বসয়তপ্রেম নকৰাটো এটা অপৰাধ। 😄😄😄১৩)আজিকালিৰ প্রেম Bluetooth ৰ দৰে হৈ গৈছে,
ওচৰলৈ আহিলে Connecting দূৰলৈ গ’লেSearching For A New Device 😃😃😃১৪)নিজৰ Girlfriend’ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা
আৰু Petrol Pump’ৰ কাষত গৈ চিগাৰেট খোৱাএকেই কথা… 😃😃😃১৫)ছোৱালীবোৰক বয়স সুধিলে বেয়া পায়,
কিন্তু Birthday পাহৰিলে তোমাকমাৰি পেলাব। 😃😃😃১৬)
জীৱনৰ পৰা সেইদিনাই বিশ্বাসহেৰুৱাই পেলালাে, যি দিনা গম পালোঁ যে
গৰম মছলা গৰম নহয় আৰুমিঠা তেল মিঠা নহয়। 😀😀😀১৭)হঠাৎ মৰি থাকিম আৰু চবে ভাৱিব
আগৰ দৰে ৰাতিপূৱা দেৰিকৈশুই থকা বুলি। 😀😀😀১৮)বুজি নাপাওঁ ফিল্মত খুন্দা খালে
কেনেকৈ প্রেম হয়, আৰু এইফালে মই খুন্দা খালেতাই কয়। ঐ অন্ধ নেকি কেলা। 😀😀😀১৯)
পুৰুষ হৈও যাৰ নাই দাড়ি,কবিয়ে নাম দিছে সীমিত আকাৰে নাৰী। 😀😀😀২০)যৌৱন কালত
কলেজ কঁপােৱা ছাত্রী,আজি মাতাল স্বামীৰ অৱহেলাৰ পাত্ৰী। 😀😀😀