Class 9 Maths 13.4 Assamese Medium | Y2S6E7

Class 9 Maths 13.4 Assamese Medium

Excercise 13.4

1. তলৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰাঃ

(i) 10.5 চে.মি.

(ii) 5.6 চে.মি.

(iii) 14 চে.মি.

Solution:

(i) দিয়া আছে,

গোলকটোৰ-

ব্যাসাৰ্ধ (r) = 10.5 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 10.5 × 10.5

= 88 × 1.5 × 10.5

= 1386 বৰ্গ চে.মি.

(ii) দিয়া আছে,

গোলকটোৰ-

ব্যাসাৰ্ধ (r) = 5.6 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 5.6 × 5.6

= 88 × 0.8 × 5.6

= 394.24 বৰ্গ চে.মি.

(iii) দিয়া আছে,

গোলকটোৰ-

ব্যাসাৰ্ধ (r) = 14 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 14 × 14

= 88 × 2 × 14

= 2464 বৰ্গ চে.মি.

2. তলৰ ব্যাস গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰাঃ

(i) 14 চে.মি.

(ii) 21 চে.মি.

(iii) 3.5 চে.মি.

Solution:

(i) দিয়া আছে,

গোলকটোৰ-

ব্যাস = 14 চে.মি.

∴ব্যাসাৰ্ধ (r) = 14/2 চে.মি. = 7 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 7 × 7

= 4 × 22 × 7

= 616 বৰ্গ চে.মি.

(ii) দিয়া আছে,

গোলকটোৰ-

ব্যাস = 21 চে.মি.

∴ব্যাসাৰ্ধ (r) = 21/2 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 21/2 × 21/2

= 22 × 3 × 21

= 1386 বৰ্গ চে.মি.

(iii) দিয়া আছে,

গোলকটোৰ-

ব্যাস = 3.5 চে.মি.

∴ব্যাসাৰ্ধ (r) = 3.5/2 চে.মি.

∴ গোলকটোৰ পৃষ্ঠকালি

= 4πr²

= 4 × 22/7 × 3.5/2 × 3.5/2

= 22 × 0.5 × 3.5

= 38.5 বৰ্গ চে.মি.

3. 10 চে.মি. ব্যাসাৰ্ধৰ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। (π=3.14 ধৰিবা)

Solution:

দিয়া আছে,

অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ (r) = 10 চে.মি.

∴ মুঠ পৃষ্ঠকালি = 3πr²

= 3 × 3.14 × 10 × 10

= 942 বৰ্গ চে.মি.

4. বতাহ ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 চে.মি. ৰ পৰা 14 চে.মি.লৈ বাঢ়ি যায়। দুয়োটা অৱস্থাতে থাকোতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিওৱা।

Solution:

ধৰাহল,

প্ৰথম অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ (r) = 7 চে.মি.

বতাহ ভৰোৱাৰ পিছত বেলুনটোৰ ব্যাসাৰ্ধ (R) = 14 চে.মি.

∴ দুয়োটা অৱস্থাতে থাকোতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত

= S/S’

= 4πr² / 4πR²

= r² / R²

= 7² / (14)²

= 7 × 7 / 14 × 14

= 1 / 4

= 1 : 4

5. পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাটি এটাৰ অন্তঃ ব্যাস 10.5 চে.মি.। প্ৰতি 100 বৰ্গ চে.মি.ত 16 টকা হিচাপে বাটিটোৰ ভিতৰৰ ফালটোত টিনৰ আৱৰণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা।

Solution:

দিয়া আছে,

অৰ্ধগোলাকাৰ বাটি এটাৰ অন্তঃ ব্যাস = 10.5 চে.মি.

∴ ব্যাসাৰ্ধ (r) = 10.5/2 চে.মি.

∴ বাটিটোৰ অন্তঃ ভাগৰ পৃষ্ঠকালি

= 2πr²

= 2 × 22/7 × 10.5/2 × 10.5/2

= 11 × 1.5 × 10.5

= 176.25 চে.মি.

আকৌ প্ৰতি 100 বৰ্গ চে.মি.ত টিনৰ আৱৰণ লগোৱাৰ খৰচ = 16 টকা

∴ 173.25 চে.মি.ত আৱৰণ লগোৱাৰ খৰচ = 16/100 × 173.25 টকা = 27.72 টকা

6. এটা গোলকৰ পৃষ্ঠকালি 154 বৰ্গ চে.মি. হলে, ইয়াৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা।

Solution:

ধৰাহল,

গোলকটোৰ ব্যাসাৰ্ধ r

দিয়া আছে,

গোলকটোৰ পৃষ্ঠকালি = 154 বৰ্গ চে.মি.

⇒ 4πr² = 154

⇒ 4 × 22/7 × r² = 154

⇒ r² = (154 × 7) / 88

⇒ r² = (7 × 7) / (2 × 2)

⇒ r = 7/2 = 3.5 চে.মি.

∴ গোলকটোৰ ব্য়াসাৰ্ধ (r)= 3.5 চে.মি.

7. চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় এক চতুৰ্থাংশ। দুয়োটাৰে পৃষ্ঠকালিৰ অনুপাত উলিওৱা।

Solution:

ধৰাহল,

পৃথিৱীৰ ব্যাস = 2R

∴ পৃথিৱীৰ ব্যাসাৰ্ধ = R

চন্দ্ৰৰ ব্যাস = পৃথিৱীৰ ব্যাসৰ প্ৰায় এক চতুৰ্থাংশ

= 1/4 × 2R

∴ চন্দ্ৰৰ ব্যাসাৰ্ধ = 1/2 × 1/4 × 2R = R/4

∴ চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালিৰ অনুপাত

= S / S’

= 4π(R/4)² / 4πR²

= (R/4)² / R²

= (R²/4²) × 1/R²

= 1 / 16

= 1 : 16

8. এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত r ব্যাসাৰ্ধৰ গোলক এটা কোনোমতেহে সোমাব পাৰে (চিত্ৰ 13.22 চোৱা)। এতিয়া তলৰ কেইটা নিৰ্ণয় কৰা।

(i) গোলকটোৰ পৃষ্ঠকালি

(ii) চুঙাটোৰ বক্ৰ পৃষ্ঠকালি

(iii) ওপৰৰ (i) আৰু (ii)ত পোৱা কালিৰ অনুপাত।

Solution:

দিয়া আছে,

লম্ব বৃত্তাকাৰ চুঙাটোৰ ব্যাসাৰ্ধ = r

∴ গোলকটোৰ ব্যাসাৰ্ধ = r

আৰু চুঙাটোৰ উচ্চতা (h) = 2r

(i) গোলকটোৰ পৃষ্ঠকালি = 4πr²

(ii) চুঙাটোৰ বক্ৰ পৃষ্ঠকালি = 2πrh = 2πr(2r) = 4πr²

(iii) ওপৰৰ (i) আৰু (ii)ত পোৱা কালিৰ অনুপাত

= 4πr² / 4πr²

= 1 / 1

= 1 : 1

Leave a Comment