Class 10 Maths Assamese Medium Chapter 1 | V8E1A4 | দশম শ্ৰেণীৰ গণিত অধ্যায় 1
বাস্তৱ সংখ্যা অনুশীলনী: 1.1 ১) ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ.সা.উ উলিওৱা- (i) 135 আৰু 225 (ii) 196 আৰু 38220 (iii) 867 আৰু 225 Solution : (i) 225 > 135 ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি পাওঁ, 225 = 135 * 1 + 90 135 = 90 * 1 + 45 90 = 45 * 2 + 0 … Read more