Good Morning Images in Assamese
অসমীয়া সুপ্ৰভাত আজিৰ দিনটো সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ। সকলাে তীর্থস্থানৰ ভিতৰত আটাইতকৈ ভাঙৰ তীর্থস্থান হ’ল মানুহৰ “হৃদয়” পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান, বিচাৰি পােৱাৰ আগত আৰু হেৰাই যােৱাৰ পিছত। সত্য আৰু ধৈৰ্য্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে। পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ কাৰণ পোৱাৰ শেষ আছে, কিন্তু চোৱাৰ কোনাে শেষ নাই। … Read more