ঝুমুৰা | মহাপুৰুষ মাধৱদেৱ
মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা: এক বিশেষ নাট্যধাৰা মহাপুৰুষ মাধৱদেৱ অসমীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰধান শ্ৰেষ্ঠ মহাপুৰুষ আৰু সাহিত্যিক। শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰ্হিত তেওঁৰ সাহিত্যিক জীৱন গঢ় দিয়া হ’লেও, নাট্যৰ গৰাকীস্বৰূপে মাধৱদেৱে নিজস্ব পৃথক ধাৰা সৃষ্টি কৰিছে। তেওঁৰ ৰচিত ঝুমুৰা নাট সমূহ এই পৃথক ধাৰাৰ উৎকৃষ্ট নিদৰ্শন। যদিও মাধৱদেৱৰ নাট্যৰিতি সম্পূৰ্ণকৈ শঙ্কৰদেৱৰ নাট্যসমূহৰ পৰা ভিন্ন, তথাপি তেওঁ তেওঁৰ … Read more