নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য
নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ হৈছে: নৱকান্ত বৰুৱাৰ কবিতাত মানৱতাৰ জয়গান ঘোষিত হৈছে। বিষয়বস্তুৰ লগতে আঙ্গিকৰ অভিনৱত্ব, ভাববস্তু আৰু ৰূপবস্তুৰ অপূৰ্ব সমন্বয়, নৱকান্ত বৰুৱাৰ কবিতাৰ মনকৰিবলগীয়া বৈশিষ্ট্য। নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসঙ্গতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্রাধান্য লাভ কৰিছে। মহেন্দ্ৰ বৰাৰ ভাষাত – “এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ … Read more