ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন?
ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাৰ বিষয়ে: ভাৰতৰ সৰু ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ সৰু হৈছে গোৱা(Goa)। এই ৰাজ্যখন পশ্চিম উপকূলত অৱস্থিত আৰু প্ৰাচীন কালৰ পৰাই ইয়াৰ বিশেষ পৰিচয় আছে। গোৱাৰ অৱস্থান আৰু ইয়াৰ সুৰম্য পৰিৱেশই এই ৰাজ্যক ভাৰতৰ অন্যতম প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰৰূপে চিহ্নিত কৰিছে। ইয়াৰ উত্তৰে মহাৰাষ্ট্ৰ আৰু পূবে কাৰ্ণাটক ৰাজ্য আৰু পশ্চিমে আৰব সাগৰে সন্নিবিষ্ট হোৱা … Read more