Parijat Haran: শংকৰদেৱৰ শ্ৰেষ্ঠ নাটক খনৰ নাম কি?
“পাৰিজাত হৰণ” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত পঞ্চম নাট। এই নাটত ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা ইন্দ্ৰলোকৰ পৰা পাৰিজাত ফুল হৰণ কৰা ঘটনাৰ কাহিনী বৰ্ণনা কৰা হৈছে। কাহিনীভাগৰ মূল আধাৰ হিচাপে শংকৰদেৱে “ভাগৱত পুৰাণ”, “হবিষ্ণু পুৰাণ” আৰু “হৰিবংশ” গ্ৰন্থসমূহৰ উপাখ্যানৰ পৰা উদ্ধৃতি লৈ নাটৰ ৰূপ দিছিল। এই নাটত ভক্তিৰ অনুভৱ, নৈতিকতা, আৰু ধৰ্মৰ গভীৰ চিন্তা প্ৰকাশ পাইছে, … Read more