A Visit to Kaziranga and Sivasagar Extra Short Question Answer | MCQs | v2x8z5

1. Why is Kaziranga National Park famous? – Answer: Kaziranga is famous for its one-horned rhinoceroses and tigers. 2. What is a rhinoceros’s diet? – Answer: Rhinoceroses are herbivorous and eat grasses, leaves, fruits, water plants, and branches of shrubs. 3. Who built the Namdang Stone Bridge? – Answer: The Namdang Stone Bridge was built … Read more

Bodo Language Translation

Bodo Language Translation What is Bodo? Bodo is a language spoken primarily by the Bodo people, an Indigenous ethnic group in Assam, India, and parts of neighbouring states like West Bengal and Nagaland. It is one of the 22 scheduled languages of India and holds official status in the Bodoland Territorial Region (BTR) of Assam. … Read more

Assamese Love Caption

Assamese Love Caption Assam Love Caption তাক কেতিয়াও যাব নিদিবা, যিজন হাজাৰ অৱহেলাৰ পাছতো কেবল তোমাকেই ভালপাই থাকে। জীৱন চালনা কৰিবলৈ যিমান নিশ্বাসৰ প্রয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবে বিশ্বাসৰ আৱশ্যকতা। সম্পৰ্কৰ নাম যিয়েই নহওক, সকলো সময়তে তোমাৰ ওচৰত থকাটোহে আটাইতকৈ গুৰুত্বপূর্ণ। তোমাৰ সুখৰ বাবে যিজন তোমাৰ পৰা আঁতৰি থাকিবলৈও সংকোচ নকৰে, বিশ্বাস কৰা, তেওঁতকৈ ভাল … Read more

Assamese Caption for Love

Assamese Caption for Love Assamese Love Quotes “প্ৰেম হৈছে এনে এক পৰিস্থিতি,য’ত আন এজনৰ সুখ আপোনাৰ সুখত পৰিণত হয়।””তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো,কেৱল তুমি মাথোঁ মোৰ হোৱা সেয়াই বিচাৰো।””প্ৰেম ভালপোৱা জীৱনত বহু বাৰ হ’ব পাৰে,কিন্তু সঁচা ভালপোৱা এবাৰেই হয়,যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।””কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে,কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈগোটেই … Read more

Love Quotes in Assamese | Assamese Caption for Love

Love Quotes In Assamese Assamese Caption for Love ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে। ফুলে যদি পারে ভালপোৱা শিকাব, জোনে যদি পারে ৰাতি জগাব, ডাৱৰে যদি পারে বৰষুণ দিব, তুমি কি নোৱাৰিবা মোক ভালপাব। যেতিয়া তোমাক কোনোবাই সত্যিকাৰৰ ভালপোৱাচে, তাক সন্মান কৰিব শিকা। কোনো কাৰণতে এৰি নিদিবা, কাৰণ আজি যি সহজে … Read more

Good Morning Images in Assamese

অসমীয়া সুপ্ৰভাত আজিৰ দিনটো সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ। সকলাে তীর্থস্থানৰ ভিতৰত আটাইতকৈ ভাঙৰ তীর্থস্থান হ’ল মানুহৰ “হৃদয়” পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান, বিচাৰি পােৱাৰ আগত আৰু হেৰাই যােৱাৰ পিছত। সত্য আৰু ধৈৰ্য্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে। পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ কাৰণ পোৱাৰ শেষ আছে, কিন্তু চোৱাৰ কোনাে শেষ নাই। … Read more

বায়ু প্ৰদূষণ কাক বোলে? | What is Air Polution in Assamese

বায়ু প্ৰদূষণ কাক বোলে? বায়ু প্ৰদূষণ[Air Polution] বুলিলে বায়ুমণ্ডলত ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতিক বুজোৱা হয়, যি মানৱ স্বাস্থ্য, পৰিৱেশ, আৰু জীৱজগতৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। এই ক্ষতিকাৰক পদাৰ্থবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট উৎসৰ পৰা আহিব পাৰে। বায়ু প্ৰদূষণৰ মূল উপাদানসমূহ হ’ল: গেছীয় পদাৰ্থ (Gaseous Pollutants): কাৰ্বন মন’ক্সাইড (CO) নাইট্ৰ’জেন অক্সাইড (NOx) সালফাৰ ডাইঅক্সাইড (SO2) ওজন (O3) ভলাটাইল … Read more