ভাৰতীয় সংবিধানৰ পিতৃ কোন?
ভাৰতীয় সংবিধানৰ পিতৃ ড॰ ভীমৰাও আম্বেদকাৰৰ বিষয়ে কিছু কথা ড° ভীমৰাও ৰামজী আম্বেদকাৰ (১৮৯১-১৯৫৬) ভাৰতৰ এক প্ৰখ্যাত আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, অৰ্থনীতিবিদ, শিক্ষক আৰু লেখক। তেওঁ ভাৰতৰ প্ৰথম আইন মন্ত্ৰী হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সভাত অৱস্থান লাভ কৰিছিল। আম্বেদকাৰৰ নেতৃত্বত ১৯৪৭ চনত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতি কৰা হৈছিল, যিয়ে নতুন ভাৰতৰ মৌলিক সত্তা নিৰ্মাণত এক অতি … Read more