Class 9 Assamese Question Answer Chapter 1 | শিশুলীলা
Class 9 Assamese Question Answer Chapter 1 শিশু লীলা – শ্রীমন্ত শংকৰদেৱ প্রশ্নাৱলী 1. অতি চমু প্রশ্নৰ উত্তৰ লিখা: (ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দবী’।। —কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ: কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে যশোদা। (খ) ‘কর্ণত কুণ্ডল দোলে আতি।’ —কাৰ কর্ণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ: “কর্ণত কুণ্ডল দোলে আতি” ইয়াত যশোদাৰ কাণত থকা কুণ্ডলৰ কথা কোৱা … Read more