ভাষা কাক বোলে?
ভাষা: সংজ্ঞা আৰু উৎপত্তি ভাষা হৈছে এটি বিশেষ ভৌগোলিক পৰিসৰৰ মাজত এক নিৰ্দিষ্ট জনসংখ্যাৰ দ্বাৰা সৃষ্ট সাঙ্কেতিক ধ্বনিৰ এক সমষ্টি, যিয়ে পৰস্পৰৰ মাজত বোধ্য অৰ্থৰ আদান-প্ৰদান আৰু বাক্য গঠন কৰিবলৈ সহায় কৰে। এই ধ্বনিসমূহৰ মাধ্যমে মানুহে মনৰ ভাব, অনুভূতি আৰু অভিজ্ঞতা প্ৰকাশ কৰে। মানুহৰ দ্বাৰা কোৱা কথা সমূহ মূলতঃ এক নিৰ্দিষ্ট ধ্বনিৰ বিন্যাসৰ ফল। সুতরাং, … Read more