বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন | Assamese Application
প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়। ————————বিদ্যালয়ৰ বিষয় :- স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। তাৰিখ: __________ মহোদয়, বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ___________তাৰিখৰ পৰা _______ তাৰিখলৈ _______দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল … Read more