অসমীয়া কুইজ ২০২৫ | Assamese Quiz 2025

Asomiya Quiz

    বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?উত্তৰ: ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?উত্তৰ: ভূপেন হাজৰিকা সেতু।ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?উত্তৰ: ৬০ টন।ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?উত্তৰ: ধলা-শদিয়াক।ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?উত্তৰ: ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়?উত্তৰ: ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত।অসমৰ সাক্ষৰতাৰ হাৰ কিমান?উত্তৰ: ৭২.১৯ শতাংশ।অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?উত্তৰ: নগাঁও।অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?উত্তৰ: কামৰূপ।অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?উত্তৰ: কামৰূপ মহানগৰ।আসামী ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?উত্তৰ: আৰ্য।কোন চনত আইন মতে আসামী ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?উত্তৰ: ১৯৬০ চনত।সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম আসামী নাটক খনৰ নাম কি?উত্তৰ: শকুন্তলা, অনুবাদ কৰিছিল লম্বোদৰ বৰা।বিহগী কবি কাক আখ্যা দিয়া হয়?উত্তৰ: ৰঘুনাথ চৌধাৰীক।প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়?উত্তৰ: এলাহাবাদ স্তম্ভত।কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?উত্তৰ: বিশ্বসিংহ।হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?উত্তৰ: ৰঘুদেৱ নাৰায়ণে।বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?উত্তৰ: মাধৱদেৱ।কেতিয়া কনকলতা শ্বহীদ হৈছিল?উত্তৰ: ভাৰত ত্যাগ আন্দোলনত।কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল?উত্তৰ: হৰ্ষবৰ্দ্ধন।নামঘোষা কোনে ৰচনা কৰিছিল?উত্তৰ: মাধৱদেৱ।অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?উত্তৰ: ওৰাং ৰাষ্ট্ৰীয় উদ্যান।ভাৰতৰ প্ৰথম বাতৰি-কাকত খনৰ নাম কি?উত্তৰ: বেঙ্গল গেজেট।নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক’ত?উত্তৰ: মুম্বাইত।History of the Assam Rifles গ্ৰন্থখনৰ লেখক কোন?উত্তৰ: এল ডব্লিউ শ্বেইকছপীয়েৰে।মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল?উত্তৰ: ১৯৪২ চনত।তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়?উত্তৰ: জাপান।NEP ৰ Full Form কি?উত্তৰ: National Education Policy।অসম মহিলা বিশ্ববিদ্যালয় ক’ত অৱস্থিত?উত্তৰ: যোৰহাট।কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল?উত্তৰ: ৰাজা ৰামমোহন ৰায়।লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল?উত্তৰ: অসম সাহিত্য সভাই।ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত?উত্তৰ: লোহিত নদীৰ ওপৰত।পানীদিহিং কোনখন জিলাত অৱস্থিত?উত্তৰ: শিৱসাগৰ জিলা।লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়?উত্তৰ: ৰাজেশ্বৰ সিংহৰ দিনত।পংগল কোন ৰাজ্যৰ সংস্কৃতি?উত্তৰ: তামিল নাডু।বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে?উত্তৰ: ডিমাচা সকলে।১৯৫৬ চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল?উত্তৰ: ভাষা।ঘূৰণীয়া মেজমেললত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?উত্তৰ: চন্দ্ৰধৰ বৰুৱা।অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয়?উত্তৰ: গোৱালপাৰা।মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?উত্তৰ: অনিৰুদ্ধ।বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা?উত্তৰ: বিশ্বেশ্বৰ বৈদ্যাধিপ।হাছং কোন জনগোষ্ঠীৰ উৎসৱ?উত্তৰ: ৰাভা।কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়?উত্তৰ: ১৫১৫ চনত।পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি?উত্তৰ: চাৰিটা।সত্যমেয় জয়তে….. কোনটো উপনিষদত উল্লেখ আছে?উত্তৰ: মুণ্ডক উপনিষদ।এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?উত্তৰ: ভোগেশ্বৰ বৰুৱা।এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল?উত্তৰ: বিদ্যুৎ গোস্বামী।প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?উত্তৰ: শিৱসাগৰ।‘জয়দ্ৰথ বধ’ কাব্য কাৰ ৰচনা?উত্তৰ: কবিৰত্ন সৰস্বতীৰ।মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল?উত্তৰ: মল্লদেৱ।

Leave a Comment