সত্যানুসন্ধান
পৰিস্থিতিৰ গোলাম হ’বলৈ
কাপূৰুষ নহয় মই,
এই কথা বুৰঞ্জীৰ পাতে পাতে
নায়কে কয়।
সময়ত বিলীন হ’বলৈ
যদিও সময়ে দুহাৰী দুহাৰী কয়,
এই কথা গাত পাতি সেইজনে লয়
যাৰ চিনাকি গৈ অচিনাকী হয়।
পৰিস্থিতিৰ গোলাম হ’বলৈ
কাপূৰুষ নহয় মই,
এই কথা বুৰঞ্জীৰ পাতে পাতে
নায়কে কয়।
সময়ত বিলীন হ’বলৈ
যদিও সময়ে দুহাৰী দুহাৰী কয়,
এই কথা গাত পাতি সেইজনে লয়
যাৰ চিনাকি গৈ অচিনাকী হয়।