Assamese Love Caption

Assamese Love Caption

Assamese Love Caption

Assamese Love Caption
Assamese Love Caption
Assamese Love Caption
Assamese Love Caption

Assam Love Caption

  • তাক কেতিয়াও যাব নিদিবা, যিজন হাজাৰ অৱহেলাৰ পাছতো কেবল তোমাকেই ভালপাই থাকে।

  • জীৱন চালনা কৰিবলৈ যিমান নিশ্বাসৰ প্রয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবে বিশ্বাসৰ আৱশ্যকতা।

  • সম্পৰ্কৰ নাম যিয়েই নহওক, সকলো সময়তে তোমাৰ ওচৰত থকাটোহে আটাইতকৈ গুৰুত্বপূর্ণ।

  • তোমাৰ সুখৰ বাবে যিজন তোমাৰ পৰা আঁতৰি থাকিবলৈও সংকোচ নকৰে, বিশ্বাস কৰা, তেওঁতকৈ ভাল আন কোনোও তোমাৰ হৃদয় দখল কৰিব নোৱাৰে।

  • সত্যই, মই তেতিয়া বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল—”OPTION বহুত আছে, কিন্তু DECISION মাথো তুমি।”

  • তোমাক ভালপোৱাৰ দায়িত্ব মোৰ, আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ।

  • তুমি মোৰ প্ৰথম প্ৰেম নাছিলা, কিন্তু মই প্ৰতিশ্ৰুতি দিওঁ, তুমি মোৰ শেষ প্ৰেম হৈ থাকিবা।

  • এবাৰ কেবল মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি আৰু তোমাৰ নামেই পাবা।

Leave a Comment