Love Quotes In Assamese
Assamese Caption for Love
-
ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।
-
ফুলে যদি পারে ভালপোৱা শিকাব,
জোনে যদি পারে ৰাতি জগাব,
ডাৱৰে যদি পারে বৰষুণ দিব,
তুমি কি নোৱাৰিবা মোক ভালপাব।
-
যেতিয়া তোমাক কোনোবাই সত্যিকাৰৰ ভালপোৱাচে,
তাক সন্মান কৰিব শিকা। কোনো কাৰণতে এৰি নিদিবা,
কাৰণ আজি যি সহজে পাইছা,
হয়তো কালি হেজাৰ কান্দিলেও নাপাবও পাৰা।
-
মই নাজানো মই তোমাক কিমান ভাল পাওঁ,
কিন্তু এটা কথা জানো যে মই তোমাক মোৰ জীৱনৰ পৰা বেছি ভাল পাও।
মোৰ জীৱন অকল তোমাৰ বাবেই।
-
ঘৰ সজাম পোহৰ দি,
মন সজাম প্ৰেম দি,
দুচকু সজাম সপোন দি,
দুহাত সজাম মেহেন্দী দি,
আরু তোমাক সজাম মোৰ ভালপোৱা দি।
-
ভালপোৱা দুটা হৃদয়ৰ বন্ধন,
পৃথিৱীত জীয়াই থাকিবৰ বাবে
জীৱনৰ মাজত ভালপোৱা থকাটো উচিত।
-
এটাই কথাই জানো,
যদি তুমি মোক আপোন বুলি ভাবা,
তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো
মোৰ বাবে অলপ সময় উলিয়াবা।
-
মাত্ৰ এটা কথাই জানো,
মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম।
তুমি মোৰ জীৱন মৰণ।
-
প্ৰেম হৈছে এনে এক পৰিস্থিতি,
য’ত আন এজনৰ সুখ আপোনাৰ সুখত পৰিণত হয়।
-
তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো,
কেৱল তুমি মাথোঁ মোৰ হোৱা সেয়াই বিচাৰো।
-
প্ৰেম ভালপোৱা জীৱনত বহু বাৰ হ’ব পাৰে,
কিন্তু সঁচা ভালপোৱা এবাৰেই হয়,
যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।
-
কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে,
কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ
গোটেই জীৱন লাগে।
-
মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ,
প্ৰতিটো আশা, প্ৰতিটো সপোন,
মাথোঁ তুমি।