Assamese Quiz | অসমীয়া কুইজ 2025

    ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?উত্তৰ: প্ৰমত্ত সিংহই।কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?উত্তৰ: চুহুংমুং।কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?উত্তৰ: গদাধৰ সিংহ ; ১৬৯৪ চনত।মূলা গাভৰুৰ স্বামীৰ নাম কি?উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁই।অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ।নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?উত্তৰ: শুক্লধ্বজ।কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?উত্তৰ: হিউৱেন চাঙক।বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?উত্তৰ: ১৬৭১ চনত।অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?উত্তৰ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?উত্তৰ: স্বৰ্গদেউ লক্ষ্মীসিংহ।মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?উত্তৰ: ১৮৫৮ চনত।‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?উত্তৰ: সুকুমাৰ বৰকাইথ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?উত্তৰ: তৰুণৰাম ফুকন।কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?উত্তৰ: ১৯৭৮ চনত।বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?উত্তৰ: ১৯৭৯ চনত।কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?উত্তৰ: ১৯৭৯ চনত।কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?উত্তৰ: ১৯৩৭ চনত (স্বাধীনতাৰ আগত)।অসমৰ প্রথম চাহ খেতিয়কজন কোন?উত্তৰ: জগন্নাথ বৰুৱা। (যোৰহাট)।স্বাধীনতা যুঁজৰ প্রথম গৰাকী অসমীয়া শ্বহীদ কোন?উত্তৰ: পিয়লি ফুকন।‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?উত্তৰ: হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?উত্তৰ: বিষ্ণুৰাম মেধি (তামিনাডুৰ)।তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?উত্তৰ: ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)।২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?উত্তৰ: হাগ্ৰামা মহিলাৰী।ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?উত্তৰ: পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)।কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?উত্তৰ: ২০০৩ চনত।অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?উত্তৰ: ছৈয়দা আনোৱাৰা টাইমূৰ।ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।উত্তৰ: মুণ্ডক।ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি?উত্তৰ: ম’ৰা চৰাই আৰু বাঘ।ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?উত্তৰ: ৰাষ্ট্ৰপতি।ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল কোন?উত্তৰ: সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।ভাৰতৰ প্রথম মহিলা আই. পি. এচ. বিষয়া গৰাকী কিন?উত্তৰ: কিৰণ বেদী (১৯৭২)।ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?উত্তৰ: ভোগেশ্বৰ বৰুৱা।ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?উত্তৰ: ৫ ম।কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?উত্তৰ: ১৯৯৯ চনত।অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?উত্তৰ: হৰিশংকৰ ব্ৰক্ষ্ম।অসমৰ কাক Lion Man of Assam বুলি জনা যায়?উত্তৰ: ৰাধা গোবিন্দ বৰুৱা।সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?উত্তৰ: ১৪ তম।চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?উত্তৰ: অঘৰী আত্মাৰ কাহিনী।অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?উত্তৰ: ৰুদ্ৰ বৰুৱা।২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?উত্তৰ: জয়ন্ত মাধৱ বৰা।চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?উত্তৰ: বীৰ পাল।শংকরদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল?উত্তৰ: বদৰিকাশ্ৰমত।ভীষ্মক ৰজাই ক’ত ৰাজত্ব কৰিছিল?উত্তৰ: বিদর্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী।ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল?উত্তৰ: হিড়িম্বাপুৰ।অসমৰ জলপথত কেতিয়াৰপৰা জাহাজ চলাচল আৰম্ভ হয়?উত্তৰ: ইং ১৮৪৭ চনৰপৰা।অসমত কেতিয়াৰপৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়?উত্তৰ: ইং ১৮৮২ চনৰ মে’ মাহৰ ১ তাৰিখৰপৰা।অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱর্তন হয়?উত্তৰ: ইং ১৮৬৬ চনৰপৰা।অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰপৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল?উত্তৰ: ইং ১৮৭১ চনত। গৱৰ্ণৰ কেম্বেলৰ আমােলত।কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে?উত্তৰ: চি এ ব্ৰুচ চাহাবে ইং ১৮২৩ চনত।

Leave a Comment